Pinku Choudhury
Managing Director, NERITS
BA,LLB, WARD NO 01, DHEKIAJULI, TEZPUR, SONITPUR ASSAM, 784110
MOBILE NO 9435180377, 8638761484
Our Achievements
আমাৰ নেৰিটছৰ ২০০২ৰ পৰা আজিলৈ মুঠ 22 টা বছৰত সৰ্ব্বমুঠ সদৌ অসম, অৰুণাচল, নাগালেণ্ড, মেঘালয়ত প্ৰায় 20 লাখ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিমূলক পৰীক্ষাত অৱত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে৷ ইয়াৰে প্ৰায় প্ৰায় 8 লাখ ছাত্ৰ-ছাত্ৰীয়ে কৃত্বিত্তৰে বৃত্তি পাবলৈ সক্ষম হৈছে৷